মৰিগাঁৱত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমানৰ ড্ৰাগছ সহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী…

- মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষীৰ আৰু বড়িবজাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।
- ড্ৰাগছ সহ আটক তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ।
- বড়িবজাৰ তুমুকা বড়িত আৰক্ষীৰ অভিযানত জব্দ কৰে ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰী কেইটাক ।
- এক গোপন খবৰৰ ভিত্তিত মিকিৰভেটা আৰক্ষীয়ে চলাইছিল এই অভিযান।
- আটকাধীন কুখ্যাত এটা ড্ৰাগছ সৰবৰাহকাৰীৰ নাম হাৰুণ ৰছিদ ।
- আন দুটাৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই ।
- ড্ৰাগছ সৰবৰাহকাৰী কেইটাক ড্ৰাগছ সহ মিকিৰভেটা থানা লৈ জয় ।
The post মৰিগাঁৱত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমানৰ ড্ৰাগছ সহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3idRXyN
via IFTTT
Comments
Post a Comment