২ অক্টোবৰত কৃষক মুক্তিৰ নেতৃত্বত আত্মপ্ৰকাশ ঘটিব নতুন আঞ্চলিক দলৰ…

- ৰাজ্যত আত্মপ্ৰকাশ ঘটিব আন এটা নতুন আঞ্চলিক দলৰ ।
- কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হ’ব নতুন আঞ্চলিক দলটো ।
- নেতৃত্বত থাকিব কৃষক নেতা অখিল গগৈ ।
- ৭০ সংগঠনৰ সহযোগত গঠন হ’ব এই আঞ্চলিক দলটো ।
- ২ অক্টোবৰত এই সন্দৰ্ভত হব আনুষ্ঠানিক ঘোষনা ।
The post ২ অক্টোবৰত কৃষক মুক্তিৰ নেতৃত্বত আত্মপ্ৰকাশ ঘটিব নতুন আঞ্চলিক দলৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3cL5ny4
via IFTTT
Comments
Post a Comment