কিছু সময় পিছতে দিবনক হাজিৰ কৰোৱা হ’ব আদালতত…

- কিছু সময় পিছত দিবন ডেকাক আদালতত হাজিৰ কৰোৱা হ’ব ।
- এসপ্তাহ পলায়নৰ অন্তত দিবন ডেকাই পত্নী সহ আত্মসমপৰ্পন কৰিছিল পাটাছাৰকুছিত ।
- আদালত হাজিৰ কৰাৰ পিছতে চিআইডিয়ে জিন্মাত লব দিবনক ।
- বুধবাৰে দিনৰ ভাগতে আত্মসমৰ্পনৰ প্ৰস্তুতি সম্পূৰ্ন কৰিছিল ।
- পত্নী বিভা কলিতাৰ ফোন যোগে সংবাদ মাধ্যমক এই কথা সদৰী কৰিছিল ।
- আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সৈতে যোগাযোগ কৰিছিল দিবনে ।
- তাৰ পিছতে নিশাৰ ভাগলৈ পাটাছাৰকুছিত দিবন আৰু পত্নীক আৰক্ষীয়ে জিন্মাত লয় ।
The post কিছু সময় পিছতে দিবনক হাজিৰ কৰোৱা হ’ব আদালতত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/36z0RBV
via IFTTT
Comments
Post a Comment