পাক সেনাৰ গুলিত শ্বহীদ ভাৰতীয় জোৱান…..

- জন্মু কাশ্মীৰৰ ভাৰত পাক সীমান্তত পাক সেনা গুলিত শ্বহীদ ভাৰতীয় সেনা জোৱান ।
- কৃষ্ণাঘাটি চেক্টৰত বুধবাৰৰ নিশা ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলিবৰ্ষন কৰিছিল পাক সেনাই ।
- এই যুদ্ধ বিৰতি উলংঘন ঘটনাত শ্বহীদ হ’ল লেণ্স নায়ক কাৰ্নেল সিং ।
- ভাৰতীয় সেনাইও দিছিল যোগ্য প্ৰত্যুত্তৰ ।
The post পাক সেনাৰ গুলিত শ্বহীদ ভাৰতীয় জোৱান….. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3n7cdCY
via IFTTT
Comments
Post a Comment