ভাল খবৰঃ বিশ্ব দৰবাৰত জিলিকিছে অসমীয়া ছবি..

- অসমৰ চিনেমালৈ শ্ৰেষ্ঠ ছবিৰ সন্মান।
- গোল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ চিনেমাৰ সন্মান লাভ।
- এই সন্মান লাভ কৰিছে কৃপাল কলিতা পৰিচালিত ‘ব্ৰীজ’ নামৰ চিনেমাখনে।
- উল্লেখযোগ্য যে, এই বছৰ ৫১তম ভাৰতীয় পেনোৰামালৈ একমাত্ৰ চিনেমা হিচাপে নিৰ্বাচিত হোৱা ‘ব্ৰীজ’ চিনেমাখনে বিশ্বৰ ১৬ খনকৈ অধিক চলচিত্ৰ সমাৰোহলৈ আমন্ত্ৰিত হৈছে
- অকলেণ্ড চলচিত্ৰ সমাৰোহত ছবিখনৰ প্ৰিমিয়াৰ হৈ গৈছে।
The post ভাল খবৰঃ বিশ্ব দৰবাৰত জিলিকিছে অসমীয়া ছবি.. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/38CjF2p
via IFTTT
Comments
Post a Comment