মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ সৈতে কামাখ্যাত আৰ্শীবাদ ল’লে অমিত শ্বাহে…

  • কামাখ্যা মন্দিৰত পৰিদৰ্শন কৰি মা কামাখ্যাৰ আৰ্শীবাদ ললে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
Image
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংগ দিয়ে তেওঁক।
Image
  • কামাখ্যাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
Image
  • ইয়াৰ পিছতে মণিপুৰলৈ যাত্ৰা কৰিব অমিত শ্বাহে।
  • উল্লেখ্য দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণত আছে অমিত শ্বাহ।
Image

The post মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ সৈতে কামাখ্যাত আৰ্শীবাদ ল’লে অমিত শ্বাহে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aX8iFd
via IFTTT

Comments