উত্তপ্ত বিধানসভাৰ শীতকালীন অধিৱেশনঃ ৰূপজ্যোতি কুৰ্মীক নিলম্বন…

- বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিন।
- আৰম্ভণিতে সদনত উত্তপ্ত পৰিস্থিতি।
- মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীক মাৰ্শ্বাল লগাই উলিয়াই দিয়া হৈছে।
- অধ্যক্ষৰ কঠোৰ নিৰ্দেশত এই পদক্ষেপ।
- প্ৰশ্নোত্তৰ কাল বাধা দিয়াৰ বাবে এই পদক্ষেপ
- উল্লেখ্য যে, ৰূপজ্যোতি কুর্মীযে মৰিয়নী সমষ্টিত নগাই কেম্প পতা বিষয়টো উত্থাপন কৰিব বিচাৰিছিল।
- অন্য ৰুলত বিষয়টো উত্থাপন কৰাৰ পৰামৰ্শ দিছিল অধ্যক্ষই।
- অধ্যক্ষ এই নিৰ্দেশ নমনাৰ পাছতে দিনটোৰ বাবে ৰূপজ্যোতিক সদনৰ পৰা নিলম্বন।
The post উত্তপ্ত বিধানসভাৰ শীতকালীন অধিৱেশনঃ ৰূপজ্যোতি কুৰ্মীক নিলম্বন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3n4zowx
via IFTTT
Comments
Post a Comment