ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত ৫

  • দেওবাৰে পুৱাই কৰ্ণাটকত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত থিতাতে নিহত হয় ৫গৰাকী লোক।
  • ৬গৰাকী লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত।
  • বিজি হালি নামৰ এটা অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • পুৱতি নিশা কুৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

The post ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত ৫ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2KDNjwb
via IFTTT

Comments