আৰু দেৰি নহয়! ভাৰতবাসীৰ বাবে আহি আছে কোৰোনা ভেকচিন…

ডিজিটেল ডেস্কঃ আৰু মাত্ৰ কেইটামান দিনৰ পাছতে ভাৰতত উপলদ্ধ হ’ব কোৰোনা ভাইৰাছৰ ভেকচিন। শেহতীয়াকৈ এই কথা ঘোষণা কৰিলে দিল্লী AIIMSৰ মুৰব্বী ডা০ ৰণদ্বীপ গুলেৰিয়াই। ।যোৱা বুধবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ স্পষ্টকৈ কয় যে, কেইটামান দিনৰ অপেক্ষা মাথো, ভাৰতত উপলদ্ধ হব কোৰোনাৰ ভেকচিন।
তেওঁ লগতে কয় যে, ভাৰতবাসীৰ বাবে এটা ভাল খবৰ কিয়নো ভাৰতে প্ৰস্তুত কৰা কোৰোনা ভেকচিন এষ্ট্ৰাজেনেকা বিটেইন পৰীক্ষণ মণ্ডলীয়ে মঞ্জুৰী প্ৰদান কৰিছে। তেওঁলোকৰ ওচৰত থকা কিছুমান ডাটাই এই ভেকচিনক আৰু অধিক গ্ৰহণযোগ্যতা বৃদ্ধি কৰিছে।’
The post আৰু দেৰি নহয়! ভাৰতবাসীৰ বাবে আহি আছে কোৰোনা ভেকচিন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MguvDz
via IFTTT
Comments
Post a Comment