আৰম্ভ বিধানসভাৰ শীতকালীন অধিৱেশন…

- আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন।
- তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব বিধানসভাৰ এই অধিৱেশন
- ১০খন বিধেয়ক উত্থাপন হ’ব বিধানসভাৰ আগন্তুক অধিৱেশনত।
- কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে এইবাৰ পূৰ্বতকৈ কিছু পৃথক হব এই অধিৱেশন।
- ৯.৩০বজাৰ পৰা আৰম্ভ হৈছে অধিৱেশনৰ কাম-কাজ।
- এছ আই কেলেংকাৰীৰ লগতে ৰাজ্যৰ আৰক্ষী চকীসমূহৰ দুৰৱস্থাক লৈ প্ৰশ্ন উত্থাপন।
The post আৰম্ভ বিধানসভাৰ শীতকালীন অধিৱেশন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nU884Y
via IFTTT
Comments
Post a Comment