পবিন্দ্ৰ ডেকাৰ বিধায়ক পদ খাৰিজ কৰিব লাগেঃ অতুল বৰাৰ আবেদন…

  • পবিন্দ্ৰ ডেকাৰ বিধায়ক পদ খাৰিজৰ বাবে অগপে কৰিছে আবেদন
  • বিধানসভাৰ অধ্যক্ষলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছে অগপ সভাপতি অতুল বৰাই
  • যোৱা নিৰ্বাচনত পাটাছাৰকুছিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল পবীন্দ্ৰ ডেকা
  • অগপৰ পৰা পদত্যাগ কৰা পবিন্দ্ৰ ডেকাই ইতিমধ্যে যোগ দিছে AJPত

The post পবিন্দ্ৰ ডেকাৰ বিধায়ক পদ খাৰিজ কৰিব লাগেঃ অতুল বৰাৰ আবেদন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Mgeii1
via IFTTT

Comments