খিচমিচ কিয় খাব লাগে? জানক সবিশেষ

গুৱাহাটীঃ এক সুস্থ-সবল, নিৰোগী জীৱন যাপন কৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো নিতান্তই প্ৰয়োজন। শাৰীৰিক অনুশীলনৰ লগতে খাদ্যাভাসেও প্ৰতিৰোধ ক্ষমতাৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। আমাৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা এবিধ খাদ্য হ’ল—খিচমিচ। আহক জানো খিচমিচৰ উপকাৰিতা।

প্ৰচুৰ পৰিমাণে আইৰণযুক্ত খিচমিচে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে পাচনক্রিয়াতে সহায় কৰে। খিচমিচত ফাইবাৰ,
এন্টিঅক্সিডেন্ট, প্র’টিন, পটেছিয়াম আৰু কেলছিয়ামো থাকে।

খিচমিচৰ বিভিন্ন উপকাৰিতাৰ ভিতৰত ৰক্তচাপ নিয়ন্ত্রণ, ওজন হ্রাস, হজমশক্তি বৃদ্ধি আদিয়েই প্রধান। ইয়াক ৰাতিটো পানীত তিয়াই ৰাখি পাছদিনা খালে উপকাৰ লাভ কৰা যায়। 

The post খিচমিচ কিয় খাব লাগে? জানক সবিশেষ appeared first on News Live TV.



from News Live TV https://ift.tt/2Mj4941
via IFTTT

Comments