প্ৰতিবাদী কৃষকৰ সৈতে কাইলৈ পুনৰ আলোচনাত বহিব কেন্দ্ৰ…

  • প্ৰতিবাদী কৃষক সকলৰ সৈতে কেন্দ্ৰৰ আলোচনা।
  • অহা কাইলৈ অথাত ৩০ ডিচেম্বৰত প্ৰতিবাদী কৃষকসকলৰ সৈতে বৈঠকত বহিব কেন্দ্ৰীয় চৰকাৰ।
  • কৃষকৰ দাবী সমূহক লৈ পুনৰ কৰা হব আলোচনা।
  • এই বৈঠকৰ বাবে ৪০টাকৈ কৃষক সংগঠনক আমন্ত্ৰণ জনাইছে কেন্দ্ৰই।

The post প্ৰতিবাদী কৃষকৰ সৈতে কাইলৈ পুনৰ আলোচনাত বহিব কেন্দ্ৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3hpsNv4
via IFTTT

Comments