BY BYE কংগ্ৰেছঃ আজি গেৰুৱা বসন পিন্ধিব অজন্তা নেওগ আৰু ৰাজদীপ গোৱালাই…

- আজি বিজেপিত যোগদান কৰিব প্ৰাক্তন কংগ্ৰেছ বিধায়িকা অজন্ত নেওগে।
- ৰাজদীপ গোৱালাইও যোগদান কৰিব বিজেপিত।
- উল্লেখ্য যে, কেইটামান দিনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাত কৰাৰ পিছতে বিজেপিত যোগদান কৰাৰ কথা সদৰি কৰিছিল নেতাদ্বয়ে।
- হেঙেৰাবাৰীস্থিতি বিজেপিৰ কাৰ্যালয়ত আয়োজন কৰা হৈছে যোগদান অনুষ্ঠান।
- উপস্থিত থাকিব ৰাজ্যিক সভাপতিৰ লগতে কেইবাগৰাকীও বিজেপি নেতা।
- গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক বলিন মুছাহাৰীয়েও আজি যোগদান কৰিব বিজেপিত।
The post BY BYE কংগ্ৰেছঃ আজি গেৰুৱা বসন পিন্ধিব অজন্তা নেওগ আৰু ৰাজদীপ গোৱালাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pt3FGI
via IFTTT
Comments
Post a Comment