দুদিনৰ বাবে নৈশ সান্ধ্য আইন ঘোষণা…

  • দিল্লীত আজিৰে পৰা আৰম্ভ নৈশ সান্ধ্য আইন।
  • দুদিনৰ বাবে ৰাজধানী চহৰখনত সান্ধ্য আইন ঘোষণা।
  • দুদিনৰ বাবে নিশা ১১বজাৰ পৰা পুৱা ৬বজালৈ নৈশ আইন প্ৰযোজ্য থাকিব।
  • প্ৰযোজ্য কৰা হৈছে ১৪৪ধাৰাও।
  • ৫জনতকৈ অধিক লোক একলগ হোৱাত নিষেধাজ্ঞা আৰোপ।

The post দুদিনৰ বাবে নৈশ সান্ধ্য আইন ঘোষণা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pOXey7
via IFTTT

Comments