সাৱধান! ভাৰতৰ ৬ব্যক্তিৰ দেহত ধৰা পৰিল নতুন কোৰোনা ভাইৰাছ…

  • অৱশেষত ভাৰততো প্ৰৱেশ কৰিলে নতুন কোৰোনা ভাইৰাছে।
  • বিটেইনৰ পৰা ভাৰতলৈ উভতা ৬গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ অৱস্থিতি।
  • এই লোককেইগৰাকী বেংগালুৰু, হায়দৰাবাদ আৰু পুণেৰ।
  • উল্লেখ্য যে, বৰ্তমানলৈ বিটেইনৰ পৰা ভাৰতলৈ প্ৰায় ৩৩হাজাৰ লোক আহিছে।
  • ইয়াৰে ১১৪গৰাকীৰ দেহত কোৰোনাৰ অৱস্থিতি পোৱা গৈছে যদিও ৬গৰাকী দেহত নতুন কোৰোনা ভাইৰাছৰ সংক্ৰমণ পোৱা হৈছে।

The post সাৱধান! ভাৰতৰ ৬ব্যক্তিৰ দেহত ধৰা পৰিল নতুন কোৰোনা ভাইৰাছ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aRi0bY
via IFTTT

Comments