ভাৰতত কমিছে কোৰোনাত আক্ৰান্তৰ সংখ্যা…

- ভাৰতত বিগত ২৪ঘন্টাত ১৬হাজাৰ ৪৩২গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত।
- এই সময়চোৱাত ২৫২গৰাকী ৰোগীৰ মৃত্যু হৈছে কোৰোনাত।
- কোৰোনাত আক্ৰান্তৰ সংখ্যা ১,০২,২৪,৩০৩গৰাকীলৈ বৃদ্ধি ভাৰতৰ।
- ইয়াৰে ২লাখ ৬৮হাজাৰ ৫৮১গৰাকী ৰোগীহে বৰ্তমান চিকিতসাধীন হৈ আছে।
- ৯৮ লাখ ০৭হাজাৰ ৫৬৯গৰাকী ৰোগী বৰ্তমানে কোৰোনামুক্ত হৈ ঘৰলৈ উভটিছে।
The post ভাৰতত কমিছে কোৰোনাত আক্ৰান্তৰ সংখ্যা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aKayiS
via IFTTT
Comments
Post a Comment