উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত শীৰ্ষত অবিনাশ কলিতা

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল।
প্ৰথম স্থান- প্ৰাপ্ত নম্বৰ ৪৮৬
অবিনাশ কলিতা, আনন্দৰাম বৰুৱা একাডমি বৰপেটা।
দ্বিতীয় স্থান- প্ৰাপ্ত নম্বৰ ৪৮২
নায়েমা ফিৰদাস বৰভূঞা, কনচেপ্ট জুনিয়ৰ কলেজ, নগাঁও
তৃতীয় স্থান প্ৰাপ্ত নম্বৰ ৪৮১
প্ৰীতপল বেজবৰুৱা, ছাই বিকাশ জুনিয়ক কলেজ, কামৰূপ মেট্ৰ’
চতুৰ্থ স্থান-প্ৰাপ্ত নম্বৰ ৪৭৯
১. নিবিৰ ডেকা, আনন্দৰাম বৰুৱা একাডেমি, বৰপেটা
২. সাগৰ গোৱালা, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
পঞ্চম স্থান, প্ৰাপ্ত নম্বৰ ৪৭৮
আশীষ কুমাৰ গাৰ্গ, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ
ষষ্ঠ স্থান- প্ৰাপ্ত নম্বৰ ৪৭৭
১. অৰ্জুন বৰগোঁহাই, চল্টবুৰ একাডেমি, ডিব্ৰুগড়.
২. আয়ুসী কাব্ৰা, ছাই বিকাশ জুনিয়ক কলেজ, কামৰূপ মেট্ৰ’
৩. বনজিত হাজৰিকা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ
সপ্তম স্থান- প্ৰাপ্ত নম্বৰ ৪৭৬
১. শুভাশীষ ভৌমিক, গোৱালপাৰা কলেজ
২. অম্লান জ্যোতি পেগু, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ
৩. চবনম গুঞ্জন বৰা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ
৪. বিভাশ খাফলে, তেজপুৰ বেঙ্গলী লৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়।
৫. অংশুমালি শৰ্মা, তেজপুৰ বেঙ্গলী লৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়।
অষ্টম স্থান প্ৰাপ্ত নম্বৰ ৪৭৫
১. মণিৰুল ইছলাম, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ
২. চিন্ময় নাথ, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ
৩. অমিশা সিং, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ
৪. হিমাঞ্জল বৰগোঁহাই, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ
নৱম স্থান, প্ৰাপ্ত নম্বৰ ৪৭৫
১. আচিফা নাজিম লস্কৰ, মাৰিয়া আজমল অ’মেন কলেজ, হোজাই
২. উৎপল ৰাজ কেম্প্ৰাই, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ
৩. শিবানুজ বৰকটকী, অৰুণোদই একাডেমি, শিৱসাগৰ
দশম স্থান, প্ৰাপ্ত নম্বৰ ৪৭৩
১. কুন্তল তালুকদাৰ, আনন্দৰাম বৰুৱা একাডেমি, বৰপেটা
২. অভিজিত চৌধুৰী, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা
৩. ইফটিকাৰ আহমেদ, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ
৪. অংকিতা শইকীয়া, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ
The post উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত শীৰ্ষত অবিনাশ কলিতা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3fTBnQW
via IFTTT
Comments
Post a Comment