শনিবাৰেও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

  • বিগত কিছুদিন ধৰি অসমত বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য।
  • শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰলত ৫৯ পইচা।
  • আনহাতে ডিজেলত ৫৬ পইচা বৃদ্ধি পাইছে।
  • প্ৰতিলিটাৰ পেট্ৰ’লত শনিবাৰে গুৱাহাটীত ৮৪.৯৪ টকা।
  • ঠিক তেনেদৰে ডিজেলত প্ৰতিলিটাৰৰ মূল্য ৭৯.৪৪ টকা।
  • ইফালে দিল্লীতো প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ২৫ পইচা।
  • আনহাতে ডিজেলত বৃদ্ধি পালে ২১ পইচা।
  • দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮০.৩৮ টকা।
  • ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৮০.৪০ টকা।

The post শনিবাৰেও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Vn50lH
via IFTTT

Comments