বিশ্বনাথত ১৪গৰাকী আক্ৰান্ত কোৰোনাত…

  • বিশ্বনাথৰ বেংক বিষয়া বিজয় শংকৰ দাসৰ নাপিত সঞ্জীৱ ঠাকুৰৰ সংস্পৰ্শলৈ অহা আৰু সঞ্জীৱৰ পৰিয়ালসহ মুঠ ১৪ জনৰ দেহত কোৰোনা পজিটিভ।
  • এই আক্ৰান্ত সকলৰ ভিতৰত আছে এগৰাকী ৮০ বছৰীয়া বৃদ্ধা,শিশু আৰু আছে এগৰাকী গৰ্ভৱতী মহিলাও।
  • শেহতিয়াকৈ Covid 19ত ১৪ জন একেলগে আক্ৰান্ত হোৱাৰ পিছত সোমবাৰৰ মাজনিশাৰ পৰাই হুৱা দুৱা লাগিছে বিশ্বনাথ চাৰিআলিত।
  • সোমবাৰে নিশা নতুনকৈ কভিড ১৯ ত আক্ৰান্ত সকলৰ ভিতৰত আছে বিশ্বনাথৰ বালিপুখুৰীস্হ ৬ জন অসম ৰাইফলছৰ জোৱান।
  • নাপিত সঞ্জীৱ ঠাকুৰৰ সংস্পৰ্শলৈ অহি কোভিড-১৯ পজিটিভ হোৱা পৰিয়ালৰ লোক সকল হৈছে- মিকি শৰ্মা(১৪ ),সুলেখা শৰ্মা(৪০), আয়ুস শৰ্মা(১৮) কুন্দন ঠাকুৰ( ৬) প্ৰিয়ংকা শৰ্মা(২৫), সাধন দেবী( ২৭), হৰি প্ৰসাদ ঠাকুৰ (৮৫),পাৰ্ৱতী দেবী (৮০), দিপ্তী শৰ্মা(১০), বীৰেন্দ্ৰ প্ৰসাদ শৰ্মা(৫৬) দোকানী সঞ্জয় প্ৰসাদ,(৩৬) দেবেন্দ্ৰ কুমাৰ (৩৫), মোবাইল দোকানী ৰোহিত জৈন(৩৭), আৰু জুলেখা বাৰ্লা(২৬)

The post বিশ্বনাথত ১৪গৰাকী আক্ৰান্ত কোৰোনাত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dFySQI
via IFTTT

Comments