কলা শাখাত প্ৰথম স্থান লাভ কৰা শ্ৰদ্ধা বৰগোহাঁইয়ে VOICE INDIA KIDSত জিলিকাইছিল অসমক

  • কামপুৰৰ শ্ৰদ্ধা বৰগোহাঁই অসমৰ ভিতৰতে কলা শাখাত প্ৰথম স্থান অধিকাৰ কৰি কামপুৰ তথা নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে।
  • নগাঁৱৰ ৰামানুজনৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ ৪৮১ নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰে।
  • শিক্ষাৰ লগতে সংগীতৰ লগতো জড়িত শ্ৰদ্ধা বৰগোঁহাই।
  • মুম্বাইত অনুষ্ঠিত voice india kids আৰু চাৰেগামাপা, আৰু ঝংকাৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে শ্ৰদ্ধা বৰগোহাঁইয়ে।

The post কলা শাখাত প্ৰথম স্থান লাভ কৰা শ্ৰদ্ধা বৰগোহাঁইয়ে VOICE INDIA KIDSত জিলিকাইছিল অসমক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31hGtCq
via IFTTT

Comments