অভিলেখ গঢ়িলে নগাঁৱৰ ৰামানুজনে, উচ্চতৰ মাধ্যমিকত একেখন বিদ্যালয়ৰ ২০ জন ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ…

এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অভিলেখ গঢ়িলে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজে।
এই শিক্ষানুষ্ঠানখনৰ পৰা বিজ্ঞান আৰু কলা শাখাত মুঠ ২০ জনে স্থান লাভ কৰে।
ৰামানুজনৰ পৰা বিজ্ঞান শাখাত স্থান লাভ কৰে মুঠ ১২ গৰাকী শিক্ষাৰ্থীয়ে।
আনহাতে কলা শাখাত স্থান লাভ কৰে ৮গৰাকীয়ে।
ৰামানুজনৰ পৰা বিজ্ঞান শাখাত স্থান লাভ কৰাসকল হৈছে-
সাগৰ গোৱালা, আশীষ কুমাৰ গাৰ্গ, বনজিত হাজৰিকা, অম্লান জ্যোতি পেগু, চবনম গুঞ্জন বৰা, মণিৰুল ইছলাম, চিন্ময় নাথ, অমিশা সিং, হিমাঞ্জল বৰগোঁহাই, উৎপল ৰাজ কেম্প্ৰাই, ইফটিকাৰ আহমেদ, অংকিতা শইকীয়া।
আনহাতে কলা শাখাত স্থান লাভ কৰিছে ৮ জনে।
ছাত্ৰ-ছাত্ৰীসকল হৈছে-
শ্ৰদ্ধা বৰগোঁহাই, প্ৰিয়াক্ষী বৰা, জলি বৈশ্য, কাবেৰী কোঁচ, উদিত্যা ইশানী কাকতি, শতাব্দী পুজাৰী আৰু প্ৰিয়াক্ষী গোস্বামী আৰু নম্ৰতা বৰুৱা।
The post অভিলেখ গঢ়িলে নগাঁৱৰ ৰামানুজনে, উচ্চতৰ মাধ্যমিকত একেখন বিদ্যালয়ৰ ২০ জন ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Z5nxEl
via IFTTT
Comments
Post a Comment