বিহাৰ-উত্তৰ প্ৰদেশত বজ্ৰপাতত ১১৬গৰাকী লোকৰ মৃত্যু…

  • বিহাৰ আৰু উত্তৰ প্ৰদেশত বজ্ৰপাত পৰি ১১৬গৰাকী লোকৰ মৃত্যু।
  • বিগত প্ৰায় ২৪ঘন্টাত ৰাজ্যদুখনত অব্যাহত আছে প্ৰৱল ধুমুহা-বতাহৰ লগতে বিজুলী-ঢেৰেকনি।
  • ১১৬গৰাকীৰ ভিতৰত বিহাৰৰ ৯২গৰাকী আৰু উত্তৰ প্ৰদেশৰ আছে ২৪গৰাকী।
  • উল্লেখ্য যে, এই ঘটনাৰ পাছতে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ ঘোষণা কৰিছে আৰ্থিক সাহায্য।
  • ৪লাখ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে নীতিশ কুমাৰে।
  • দেশৰ প্ৰধানমন্ত্ৰীয়েও উক্ত ঘটনাক লৈ শোক ব্যক্ত কৰিছে।

The post বিহাৰ-উত্তৰ প্ৰদেশত বজ্ৰপাতত ১১৬গৰাকী লোকৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dDTaKm
via IFTTT

Comments