আজি বিয়লি ৪বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে…

- আজি বিয়লি ৪বজাত দেশবাসীক সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
- দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোৰোনাৰ সংক্ৰমণৰ লগতে ভাৰত-চীনৰ সীমান্তত অব্যাহত সংঘাতৰ দৰে বিষয়ক লৈ দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
- ইয়াৰ লগতে যিহেতু অহা ১জুলাইৰ পৰা সমগ্ৰ দেশত আনলক-২ আৰম্ভ হ’ব গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত ৩০জুনৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী গুৰুত্বপূৰ্ণ ঘোষণাও কৰিব পাৰে।
The post আজি বিয়লি ৪বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2AfYJRH
via IFTTT
Comments
Post a Comment