উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলঃ বাণিজ্য শাখাত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ কৃষ্ণা মাহেশ্বৰীৰ…

  • ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।
  • বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিছে ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমিৰ কৃষ্ণা মাহেশ্বৰীয়ে।
  • কৃষ্ণা মাহেশ্বৰীয়ে মুঠ নম্বৰ লাভ কৰিছে ৪৮১ ৷
  • উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত এইবাৰ অৱতীৰ্ণ হৈছিল মুঠ ১৭,৭১৩ গৰাকী পৰীক্ষাৰ্থী ৷
  • ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৩,৮৭০গৰাকী।
  • লগতে দ্বিতীয় বিভাগত ৫,৪১৫গৰাকী আৰু তৃতীয় বিভাগত ৬৩৩৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে৷
  • বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮৮.১৮ শতাংশ।

The post উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলঃ বাণিজ্য শাখাত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ কৃষ্ণা মাহেশ্বৰীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dvP1It
via IFTTT

Comments