লিডুত আৰক্ষীৰ অভিযানত আলফা স্বাধীনৰ লিংকমেন আটক

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা অঞ্চলৰ পৰা আলফা (স্বাঃ)ৰ এজন যোগসূত্ৰকাৰীক সোমবাৰে আটক কৰা বাতৰিয়ে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুৰঞ্জয় বৰাৰ নেতৃত্বত যোৱা অভিযানকাৰী আৰক্ষী দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত লিডু ইটোখোলাত অভিযান চলাই  এটা ভাড়াঘৰৰ পৰা আলফা স্বাধীনৰ যোগসূত্ৰকাৰী জনক আটক কৰে৷ আৰক্ষীয়ে […]

The post লিডুত আৰক্ষীৰ অভিযানত আলফা স্বাধীনৰ লিংকমেন আটক appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2wHSAvj
via IFTTT

Comments