বাছ-কাৰৰ সংঘৰ্ষ, নিহত ৫জন…

- উত্তৰ প্ৰদেশত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা।
- বাছৰ সৈতে সংঘৰ্ষ হৈছে এখন বাহনৰ।
- সাহাবাদত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা।
- ৫ জন লোকৰ মৃত্যু হৈছে।
- কিছু সময় পূৰ্বে সংঘটিত এই দুৰ্ঘটনাৰ
- পিছতে ৰাজপথত সৃষ্টি হৈছে যানজঁটৰ।
The post বাছ-কাৰৰ সংঘৰ্ষ, নিহত ৫জন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VmIytV
via IFTTT
Comments
Post a Comment