হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ

- হায়দৰাবাদত সংঘটিত হৈছে শোকাৱহ ঘটনা।
- বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ।
- ইফালে আহত হৈছে এটি শিশু।
- হাবিবনগৰত এই ঘটনা সংঘটিত হৈছে।
- ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ।
The post হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PxlN2z
via IFTTT
Comments
Post a Comment