সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সফলতা টীয়কৰ বিজ্ঞান শিক্ষক কংকন কিশোৰ দত্তৰ

ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ NCERT-ৰ উদ্যোগত কেৰালাৰ ক’চিনত অনুষ্ঠিত হোৱা ২৪ সংখ্যক সৰ্বভাৰতীয় শৈক্ষিক দৃশ্য-শ্ৰাব্য সমাৰোহত অংশগ্ৰহণ কৰি শ্ৰাব্য শিতানত শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাট জিলাৰ  টীয়কৰ বামুনপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক কংকন কিশোৰ দত্তই। বিগত ২২ আৰু ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল দেশৰ ৫০০ৰো অধিক […]

The post সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সফলতা টীয়কৰ বিজ্ঞান শিক্ষক কংকন কিশোৰ দত্তৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2Tsjij9
via IFTTT

Comments