ভাৰতীয় মূলৰ যুৱতীক বিয়া কৰাব অষ্ট্ৰেলিয়াৰ ষ্টাৰ অলৰাউণ্ডাৰ মেক্সৱেলে

২৬ ফেব্ৰুৱাৰি অৰ্থাৎ বুধবাৰে অষ্ট্ৰেলিয়াৰ ষ্টাৰ অলৰাউণ্ডাৰ গ্ৰেন মেক্সৱেলে ভাৰতীয় মূলৰ এগৰাকী যুৱতীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা ঘোষণা কৰিছে। অষ্ট্ৰেলিয়াৰ ষ্টাৰ অল ৰাউণ্ডাৰগৰকীয়ে বুধবাৰে প্ৰেয়সী বিনী ৰমনক আঙঠি পিন্ধোৱা বুলি অনুৰাগী সকলক নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে জনায়। দুবছৰৰো অধিক সময় ধৰি প্ৰেমৰ বান্ধোনত বান্ধ খাই থকা মেক্সৱেল আৰু বিনীয়ে অৱশ্যে এই পৰ্যন্ত বিয়াৰ কথা […]

The post ভাৰতীয় মূলৰ যুৱতীক বিয়া কৰাব অষ্ট্ৰেলিয়াৰ ষ্টাৰ অলৰাউণ্ডাৰ মেক্সৱেলে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2TpBMRI
via IFTTT

Comments