আজি মুখ্যমন্ত্ৰীৰ হাতত আনুষ্ঠানিক ভাবে অৰ্পণ কৰিব অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন…

- আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আনুষ্ঠানিক ভাবে অৰ্পণ কৰিব অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন।
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰিৱৰ্তে সৰ্বানন্দ সোণোৱালে ল’ব প্ৰতিবেদন।
- নিয়মমতে অমিত শ্বাহক দাখিল কৰিব লাগিছিল প্ৰতিবেদন।
- কিন্তু অমিত শ্বাহৰ নিৰ্দেশতে আজি কমিটিৰ পৰা প্ৰতিবেদন গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে।
- উল্লেখযোগ্য যে, ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বেই প্ৰতিবেদন সাজু কৰিছিল কমিটীয়ে।
- অসম চুক্তি ৰূপায়ণ বিভাগতো প্ৰতিবেদন জমা দিছিল কমিটীয়ে।
- কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰিব নোৱৰাত অসম চুক্তি বিভাগতে দিছিল ৬ নং দফাৰ প্ৰতিবেদন।
The post আজি মুখ্যমন্ত্ৰীৰ হাতত আনুষ্ঠানিক ভাবে অৰ্পণ কৰিব অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2HSNy1s
via IFTTT
Comments
Post a Comment