হোজাইৰ পাঁচ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰা পাষণ্ডক গ্ৰেপ্তাৰ

হোজাই আৰক্ষীয়ে বৃহস্পতিবাৰে এজন ২৫ বছৰীয়া যুৱকক হোজাইৰ দৰিয়াবস্তিৰ এটি পাঁচ বছৰীয়া কন্যাক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ধৰ্ষণ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা যুৱকজনক বিক্ৰম হৰিজন ওৰফে চন্দন বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে বিক্ৰম হৰিজনক চৰজমিন প্ৰমান তথা প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে। ঘটনাৰ বলি কণমানি ছোৱালীজনী বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। […]

The post হোজাইৰ পাঁচ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰা পাষণ্ডক গ্ৰেপ্তাৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/388rqLb
via IFTTT

Comments