পুৰণিগুদামত এহাল ভাতৃ-ভগ্নীয়ে দাঙি ধৰিলে কাঠফুলা খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন
কেৱল যুৱকেই নহয়, এতিয়া একাংশ যুৱতীয়েও স্বাৱলম্বিতাৰ দিশত পথ প্ৰশস্ত কৰি লৈছে। কাঠফুলাৰ খেতিৰে নৱপ্ৰজন্মৰ সন্মুখত স্বাৱলম্বিতাৰ উপযুক্ত নিৰ্দশন দাঙি ধৰিছে নগাঁও জিলাৰ পুৰণিগুদামৰ এহাল ভাতৃ-ভগ্নীয়ে। পুৰণিগুদামৰ দেউৰীগাঁৱৰ এই দুজন উদীয়মান ভাতৃ-ভগ্নী এতিয়া সকলোৰে বাবে হৈ পৰিছে আৰ্দশ স্বৰূপ। এইখন অসমতে চৰকাৰী চাকৰিৰ অভাৱত যি সময়ত একাংশ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে ৰাজ্যৰ বাহিৰলৈ ঢাপলি মেলিছে ঠিক […]
The post পুৰণিগুদামত এহাল ভাতৃ-ভগ্নীয়ে দাঙি ধৰিলে কাঠফুলা খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2Pqw5Sk
via IFTTT
Comments
Post a Comment