দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৭ লৈ বৃদ্ধি, নিশাই গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক…

- সোমবাৰে কা’ক লৈ উত্তৰ পূৱ দিল্লীৰ বহুকেইটা অঞ্চলত সংঘটিত হোৱা ঘটনাত মৃতকৰ সংখ্যা ৭ লৈ বৃদ্ধি।
- ইয়াৰ মাজত আছে আৰক্ষী কনিষ্ঠবলো।
- সোমবাৰে হিংসাৰ পিছত উত্তৰ পূৱ দিল্লীৰ বহুকেইটা এলেকাত ১৪৪ধাৰা জাৰি কৰা হৈছে।
- দিল্লী চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে উপদ্ৰৱ চলা এলেকাত বন্ধ থাকিব চৰকাৰী স্কুল।
- নিশালৈকে আহতৰ সংখ্যাই অতিক্ৰম কৰিছিল ১৬০ৰো অধিক সংখ্যা।
- দিল্লীৰ পৰিস্থিতিক লৈ নিশা বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
- এই বৈঠকত উপস্থিত থাকে দিল্লীৰ আয়ুক্ত, গৃহ সচিব তথা অন্যান্য উচ্চ পদস্থ বিষয়া।
The post দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৭ লৈ বৃদ্ধি, নিশাই গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39UeGcq
via IFTTT
Comments
Post a Comment