কীটনাশক দ্ৰব্য সেৱন কৰাত শোকাৱহ মৃত্যু এটি কণমানি শিশুৰ

বিশ্বনাথ চাৰিআলিৰ সোনাপুৰ বস্তিত সংঘটিত হৈছে এটি শোকাৱহ ঘটনা। চাহ বাগিছাত ব্যৱহাৰ কৰা কীটনাশক ঔষধ সেৱন কৰাৰ ফলত এটি শিশুৰ মৃত্যু হোৱাৰ উপৰি আন এটি শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত থকা শিশুটিক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ‘থাইমেট’ নামৰ এবিধ কীটনাশক দ্ৰব্য সেৱন কৰাৰ বাবেই এই ঘটনা সংঘটিত হয়। সাধাৰণতে এই […]

The post কীটনাশক দ্ৰব্য সেৱন কৰাত শোকাৱহ মৃত্যু এটি কণমানি শিশুৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2Pq3YSX
via IFTTT

Comments