পুলৱামা কাণ্ডৰ তদন্তত NIA-ৰ বৃহৎ সাফল্য; গ্ৰেপ্তাৰ শীৰ্ষস্থানীয় জইচ-ই-মহম্মদৰ চোৰাংচোৱা

পুলৱামা কাণ্ডৰ তদন্তত বৃহৎ সাফল্য লাভ কৰিছে তদন্তকাৰী সংস্থা নিয়াই। নিয়াই ঘটনাৰ লগত জড়িত জইচ-ই-মহম্মদৰ এগৰাকী শীৰ্ষ স্থানীয় চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা জইচ-ই-মহম্মদৰ চোৰাংচোৱা গৰাকীৰ নাম চাকিব বাশিৰ বুলি জানিব পৰা গৈছে। ধৃত চাকিব বাশিৰৰ ঘৰ পুলৱামাৰ কাকপোৰাত। পুলৱামাতেই চাকিবৰ এখন হাৰ্ডৱেৰৰ দোকান আছে। চি আৰ পি এফৰ কনভয়ত আক্ৰমণকাৰী আত্মঘাটি বোমাৰু […]

The post পুলৱামা কাণ্ডৰ তদন্তত NIA-ৰ বৃহৎ সাফল্য; গ্ৰেপ্তাৰ শীৰ্ষস্থানীয় জইচ-ই-মহম্মদৰ চোৰাংচোৱা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2T6SDtt
via IFTTT

Comments