শ্ৰম বিভাগৰ ১২১ কোটি টকীয়া কেলেংকাৰীৰ মুখ্য অভিযুক্ত গৌতম বৰুৱাক গ্ৰেপ্তাৰ…

  • নতুন দিল্লীৰ পৰা গ্ৰেপ্তাৰ গৌতম বৰুৱাক।
  • মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তেওঁক গ্ৰেপ্তাৰ কৰিছে।
  • ৰাজ্যৰ শ্ৰম বিভাগত সংঘটিত ১২১ কোটি টকীয়া কেলেংকাৰীৰ মুখ্য অভিযুক্ত আছিল তেওঁ।
  • উল্লেখ্য যে, শ্ৰম বিভাগৰ প্ৰিন্টিং কেলেংকাৰীৰ তেওঁ অভিযুক্ত আছিল।
  • ২০১৭ চনৰ পৰা গৌতম বৰুৱা পলাতক হৈ আছিল।
  • সন্ধান দিওঁতালৈ আৰক্ষীয়ে ঘোষণা কৰিছিল এক লাখ টকাৰ পুৰস্কাৰ।

The post শ্ৰম বিভাগৰ ১২১ কোটি টকীয়া কেলেংকাৰীৰ মুখ্য অভিযুক্ত গৌতম বৰুৱাক গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2waRzLV
via IFTTT

Comments