আহমেদাবাদ বিমানবন্দৰৰ সমীপত গৰৱা নৃত্য গুজৰাটৰ শিল্পীৰ, VIDEO

  • ডনাল্ড ট্ৰাম্পক আদৰাৰ বাবে প্ৰস্তুতি গুজৰাটত।
  • আহমেদাবাদ বিমানবন্দৰৰ সমীপত গৰৱা নৃত্য গুজৰাটৰ শিল্পীৰ।
  • আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰাৰ বাবে এনেদৰে প্ৰস্তুত হৈছে শিল্পীসকল।
  • গৰৱা নৃত্য কৰি আমেৰিকা ৰাষ্ট্ৰপতিগৰাকীৰ লগতে ফাষ্ট লেডী মেলানীয়া ট্ৰাম্পক আদৰিব শিল্পী দলটোৱে।

The post আহমেদাবাদ বিমানবন্দৰৰ সমীপত গৰৱা নৃত্য গুজৰাটৰ শিল্পীৰ, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Vnj7bs
via IFTTT

Comments