দৰঙৰ উপায়ুক্তৰ বিৰুদ্ধে লোকসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ

দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাসৰ বিৰুদ্ধে বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত অভিযোগ দাখিল কৰে। অধ্যক্ষগৰাকীক দিয়া অভিযোগত ডেকাই ঘনশ্যাম দাসক এজন ‘অহংকাৰী বিষয়া’ বুলি অভিহিত কৰি তেওঁৰ অমনোযোগিতাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে সাংসদ পুঁজিৰ শেষৰটো কিস্তি প্ৰায় ২.৫ কোটি টকা মোকলাই নিদিলে। ‘এই পুঁজিখিনি মোকলাবৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ […]

The post দৰঙৰ উপায়ুক্তৰ বিৰুদ্ধে লোকসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2HSQbAw
via IFTTT

Comments