কানহাইয়া কুমাৰৰ বিৰুদ্ধে আৰম্ভ হ’ব আইনী যুঁজ; কেজৰিৱাল চৰকাৰে জনালে অনুমোদন
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমানৰ চিপিআই নেতা কানহাইয়া কুমাৰৰ বিৰুদ্ধে ন্যায়ালয়ত আইনী যুঁজ আৰম্ভ কৰাৰ বাবে সেউজ সংকেত প্ৰদান কৰিছে দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে। ২০১৬ চনত কানহাইয়াৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনত পঢ়ি থকাৰ সময়ত দেশবিৰোধী শ্লোগান দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পাছত দিল্লী আৰক্ষীয়ে তিনিবছৰ পাছত তেওঁৰ বিৰুদ্ধে ছাৰ্জশ্বীট দাখিল কৰিছিল। উল্লেখযোগ্য যে, দিল্লী […]
The post কানহাইয়া কুমাৰৰ বিৰুদ্ধে আৰম্ভ হ’ব আইনী যুঁজ; কেজৰিৱাল চৰকাৰে জনালে অনুমোদন appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/32DUrNv
via IFTTT
Comments
Post a Comment