ৰাজ্যসভালৈ হিমন্ত বিশ্ব শৰ্মা! ২১’ৰ ৰণক্ষেত্ৰ এৰি পলায়ন কৰিব বিচাৰিছে নেকি হিমন্তই?

অচিৰেই খালী হ’ব ৰাজ্যসভাৰ তিনিখনকৈ আসন,গতিকে এই আসনকেইখন যিকোনো প্ৰকাৰে নিজৰ দখললৈ অনাৰ বাবে উঠি পৰি লাগিছে শাসক দলটোৱে।ইয়াৰ সমান্তৰালকৈ বিৰোধীয়েও এখন আসন নিজৰ হাতলৈ নিয়াৰ চেষ্টা চলাইছে। দুখনকৈ আসনত শাসকীয় বিজেপি আৰু মিত্ৰজোঁট বিপিএফৰ প্ৰাৰ্থীৰ জয় প্ৰায় নিশ্চিত যদিও তৃতীয় আসনখনত বিৰোধী প্ৰাৰ্থীৰ বিজয়ৰ সম্ভাৱনা অধিক। এতিয়া প্ৰশ্ন হয়, শাসকীয় বিজেপিয়ে এখন আসন বিপিএফৰ […]

The post ৰাজ্যসভালৈ হিমন্ত বিশ্ব শৰ্মা! ২১’ৰ ৰণক্ষেত্ৰ এৰি পলায়ন কৰিব বিচাৰিছে নেকি হিমন্তই? appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3aa29l3
via IFTTT

Comments