কাজিৰঙাৰ পৰা মানাহলৈ গঁড় সংস্থাপনৰ বাবে কাজিৰঙাত গঁড় বিচাৰি ৰাতিপুৱাৰে পৰা অভিযান
আজি ৰাতিপুৱাৰে পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰাৰ বাবে কাজিৰঙাৰ বাগৰি বনাঞ্চলত গঁড় ধৰা অভিযান আৰম্ভ কৰিছে বন বিভাগে৷ ইয়াৰ বাবে ৰাতিপুৱাৰ পৰা বাগৰি বনাঞ্চলত পৰ্যটকৰ প্ৰৱেশ বন্ধ ৰখা হৈছে৷ কাজিৰঙাত পশু চিকিৎসকৰ সৈতে এটা বিশেষজ্ঞৰ দলে ৰাতিপুৱা ৬ বজাৰ পৰা গঁড় কৰায়ত্ব কৰাৰ বাবে এই অভিযান আৰম্ভ কৰিছে৷ অসম চৰকাৰৰ বনবিভাগে ২০২০ চনৰ ভিতৰত […]
The post কাজিৰঙাৰ পৰা মানাহলৈ গঁড় সংস্থাপনৰ বাবে কাজিৰঙাত গঁড় বিচাৰি ৰাতিপুৱাৰে পৰা অভিযান appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2x018hv
via IFTTT
Comments
Post a Comment