টীয়কত যোৰহাট জিলা চাইল্ড লাইনৰ দলৰ শিশু শ্ৰমিক উদ্ধাৰ

যোৰহাট জিলা চাইল্ড লাইনৰ এটা সজাতি দলে মঙলবাৰে যোৰহাট জিলাৰ টীয়ক নগৰৰ ২ নং ৱাৰ্ডৰ গুৱালগাঁৱৰ সমীপৰ এজন ব্যক্তিৰ ঘৰৰ পৰা এটি শিশু শ্ৰমিক উদ্ধাৰ কৰে। উদ্ধাৰৰ পিছতেই যোৰহাট শিশু কেন্দ্ৰলৈ লৈ অহা শিশুটিক আজি শিশু কল্যাণ সমিতিত হাজিৰ কৰিব বুলি চাইল্ড লাইনৰ দলটোৱে জানিবলৈ দিয়ে। উল্লেখ্য যে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত সজাতি দলটোৱে […]

The post টীয়কত যোৰহাট জিলা চাইল্ড লাইনৰ দলৰ শিশু শ্ৰমিক উদ্ধাৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3agIe4j
via IFTTT

Comments