ট্ৰাম্পক ভাৰতলৈ আদৰাৰ প্ৰস্তুতি, আহমেদাবাদলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

- আহমেদাবাদলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- আহমেদাবাদত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে ৰেলীত অংশ ল’ব।
- ‘নমস্তে ট্ৰাম্প’ শীৰ্ষক কাৰ্যসূচীতো ভাগ ল’ব মোডী।
- মটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
- উল্লেখ্য যে, সোমবাৰে ভাৰতত আহি উপস্থিত হ’বহি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।
- সজাই-পৰাই তোলা হৈছে গুজৰাটক।
The post ট্ৰাম্পক ভাৰতলৈ আদৰাৰ প্ৰস্তুতি, আহমেদাবাদলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2HOuMIr
via IFTTT
Comments
Post a Comment