কাজিৰঙাত বিধ্বংসী অগ্নিকাণ্ড

- কাজিৰঙাত বিধ্বংসী অগ্নিকাণ্ড।
- কঁহৰাৰ দক্ষিণৰ কাৰ্বিআংলঙৰ ভূমি সংৰক্ষণ বিভাগৰ ৰবৰৰ গুডামত অগ্নিকাণ্ড।
- কেবালাখ টকাৰ ক্ষতি হোৱাৰ আশংকা।
- জুইত জাহ যায় ৰবৰ, যন্ত্ৰ, আচবাব ইত্যাদি।
- পৰৱৰ্তী সময়ত নিৰ্বাপিত কৰা হয় জুই।
The post কাজিৰঙাত বিধ্বংসী অগ্নিকাণ্ড appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VmQ9bV
via IFTTT
Comments
Post a Comment