বৰপথাৰত ভংয়কৰ পথ দুৰ্ঘটনা, নিহত ১

ডিজিটেল সংবাদ, সৰুপথাৰঃ বৰপথাৰ সৰুপথাৰ সংযোগী পথৰ ছেৱাগুৰি তিনিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এজন স্কুটী আৰোহী তেজেৰে লুতুৰি পুতুৰি অৱস্থাত স্থানীয় ৰাইজে পুৱা প্ৰত্যক্ষ কৰি এম্বুলেঞ্চক খবৰ দিয়ে ৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে এখন বলে’ৰয়ে খুন্দিয়াই থৈ যায় স্কুটী আৰোহী গৰাকীক ৷ সংকটজনক অৱস্থাত সৰুপথাৰ চিকিংসালয়ত ভৰ্তি কৰা যদিও পাছত তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে মৃত ব্যক্তি গৰাকী উৰিয়ামঘাটৰ যোগেন্দ্ৰ ধিতালৰ বুলি জানিব পৰা গৈছে

The post বৰপথাৰত ভংয়কৰ পথ দুৰ্ঘটনা, নিহত ১ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3a9Rs2a
via IFTTT

Comments