কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ২,৫৯২ গৰাকীলৈ বৃদ্ধি

- কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি।
- ২,৫৯২ গৰাকীলৈ বৃদ্ধি কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।
- নতুনকৈ ১৫০গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা জানিব পৰা গৈছে।
- দেওবাৰে মুঠ ৯৭ গৰাকী লোকৰ কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হয়।
The post কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ২,৫৯২ গৰাকীলৈ বৃদ্ধি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PdPENx
via IFTTT
Comments
Post a Comment