কেন উইলিয়ামছন নহয় এইবাৰ আই পি এলত ডেভিড ৱাৰ্ণাৰে নেতৃত্ব দিব চানৰাইজ হয়দৰাবাদক

আগন্তুক আই পি এলত দলৰ অধিনায়ক সলনি কৰিলে চানৰাইজ হায়দৰাবাদে। দলৰ বৰ্তমানৰ অধিনায়ক কেন উইলিয়ামছনৰ পৰিৱৰ্তে চানৰাইজ হায়দৰাবাদে অষ্ট্ৰেলিয়াৰ ডেভিড ওৱাৰ্ণাৰক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে। বৰ্তমান দুৰ্দান্ত ফৰ্মত থকাৰ পাছতো কেন উইলিয়ামছনক অধিনায়কৰ পৰা অব্যাহতি দিয়া কাৰ্য্যই চানৰাইজ হায়দৰাবাদৰ শুভাকাংশী সকলক আচৰিত কৰি তুলিছে। উল্লেখযোগ্য যে, চাৰিবছৰ পূৰ্বে ডেভিড ৱাৰ্ণাৰৰ নেতৃত্বতে আইপিএলত চেম্পিয়ন হৈছিল […]

The post কেন উইলিয়ামছন নহয় এইবাৰ আই পি এলত ডেভিড ৱাৰ্ণাৰে নেতৃত্ব দিব চানৰাইজ হয়দৰাবাদক appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2vtoiMu
via IFTTT

Comments