ৰাজ্যত আক্রান্তৰ হাৰ ২.৬%লৈ পুনৰ বৃদ্ধি
ইপিনে ক’ভিডত মৃত্যু হৈছে ২৭জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক চাৰিজন তিনিচুকীয়া জিলাৰ৷ সমান্তৰালভাৱে বিশ্বনাথ আৰু যোৰহাটৰ তিনিজনকৈ লোকে প্রাণ হেৰুৱাইছে ক’ভিডত৷ একে সময়তে ডিব্রুগড়–কোকৰাঝাৰ দুজনকৈ, বৰপেটা–দৰং–ধেমাজী হাছাও–গোৱালপাৰা– গোলাঘাট–কামৰূপ মহানগৰ–কামৰূপ– আংলং–কৰিমগঞ্জ–ম এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ আজি ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে ১,৯৯৬জন লোক৷ সম্প্রতি বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ২৫,৬৯২জন লোক৷
The post ৰাজ্যত আক্রান্তৰ হাৰ ২.৬%লৈ পুনৰ বৃদ্ধি appeared first on News Live TV.
from News Live TV https://ift.tt/2TcjXJN
via IFTTT
Comments
Post a Comment