নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান

- নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান ৷
- অসম -মিজোৰাম সীমান্তবর্তী লায়লাপুৰত শনিবাৰে নিশা আৰক্ষীয়ে জব্দ কৰে ১১ কেজি গাঞ্জা আৰু কেবা কাৰ্টন বিদেশী মদ ৷
- শিলচৰৰ পৰা আইজল অভিমূখী এখন ডি আই গাড়িৰ পৰা জব্দ নিচাযুক্ত সামগ্ৰী খিনি ৷
- শাক পাচলিৰ বস্তাৰ তলত লুকুৱাই অনা হৈছিল গাঞ্জা আৰু মদ ৷
আৰক্ষীয়ে ডিআই বাহনৰ চালক আৰু সহঃ চালকক গ্ৰেপ্তাৰ কৰে ৷ - ধৃত লোক দুজন লালৰিন পিল্লাটে আৰু লালৰোপুইয়া ৷
- দুইজনৰে ঘৰ মিজোৰামৰ কলাশিব জিলাত ৷
The post নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3A2AOiF
via IFTTT
Comments
Post a Comment